COURSE- 506 ASSIGNMENT 2
QUESTION NO 1
Question no.1. Describe various techniques of
classroom motivation with suitable examples.
উপযুক্ত উদাহৰণৰসহ শ্ৰেণীকোঠা আকৰ্ষণীয় কৰাৰ কেইটামান কৌশল আলোচনা কৰা |
Answer:- শিক্ষাত মানৱ সম্পদ বুলিলে শিক্ষক আৰু শিক্ষাৰ্থীকে বুজায়| লগতে বহুতো শিক্ষাবিদে শিক্ষাক দ্বিপাক্ষিক প্রক্রিয়া বুলিও কয়| শিক্ষাৰ দ্বিপাক্ষিক ক্ষেত্রত শিক্ষক আৰু শিক্ষার্থী থাকে| শিক্ষাৰ বৈষয়িক সম্পদ হিচাপে শ্ৰেণীকোঠাক গুৰুত্ব দিব লাগে লগতে শিক্ষাৰ্থীৰ শৈক্ষিক প্ৰয়োজন সমূহ পূৰণ কৰিব পৰাকৈ সুসজ্জিত কৰিব লাগে|
শ্ৰেণীকোঠা আকৰ্ষণীয় কৰাৰ কেইটামান কৌশল হল
১. শিক্ষকে শ্রেণীকোঠা প্রবেশ কৰিয়েই মিচিঁকিয়াই হাঁহি কুশল বিনিময় কৰিব লাগে । তাৰপিছত শ্ৰেণীকোঠা শৃঙ্খলাবদ্ধভাবে সজাব লাগে আৰু এনেকৈ পাঠটো আগুৱাই য়াব লাগে
২. শিক্ষার্থীসকলৰ শ্ৰেণীকোঠাত মনোযোগ অনাৰ কাৰণে প্ৰথমে বিষয় শিক্ষক হিচাপে বিশেষ কোনোধৰণৰ আনন্দময় ঘটনা/সহজ পাঠৰ দ্বাৰা শ্ৰেণী আৰম্ভ কৰিব লাগে, আৰু শিক্ষাৰ্থীৰ মনয়োগ বা Motivation কৰিব লাগে |
৩. এনেকোৱা কিছুমান ঘঠনা বা আত্মজীবনীৰ কথা কব লাগে য়িবিলাকৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ মনত প্ৰেৰণা (Motivation) জাগি উঠিব, উদাহৰণস্বৰূপে কালামৰ জীৱনী আদি|
৪ শ্ৰেণীকোঠাত থকা প্ৰত্যকজন শিক্ষাৰ্থীকে একে সমান গুৰুত্ব দিব লাগে | এজন শিক্ষকৰ প্ৰধান কাম হল শ্ৰেণীকোঠা সুন্দৰকৈ পৰিচালনা কৰা, শ্ৰেণীকোঠাত থকা দুৰ্বল, কলা, কণা, শিক্ষাৰ্থী তেওলোকৰ বাবে উপযুক্ত ঠাইত আসন দিয়া |
৫. শ্ৰেণীকোঠা এটা সুন্দৰকৈ সজাবলৈ শিক্ষকৰ মাতটো স্পষ্ট হব লাগিব যাতে শিক্ষাৰ্থী সকলে বুজি পায়, লগতে শিক্ষাৰ্থীসকলৰ লগতো মিঠা মাত দিব লাগিব|
এই কৌশলবোৰৰ লগতে শিক্ষাদানৰ কিছুমান নীতি আছে, য়িবিলাকে শিক্ষাদানৰ ক্ষেত্ৰত শেণীকোঠা আৰু অধিক আকৰ্ষণীয় বা প্ৰেৰণাদায়ক কৰি তোলে, সেইবোৰ হল---
১. পৰিকল্পনাৰ নীতি ( Principle of Planning)
২. নিদিষ্ট লক্ষ্যৰ নীতি ( Principle of Definite Aim)
৩. নিৰ্বাচনৰ নীতি ( Principle of Selection)
৪. পুনঃৰীক্ষণৰ নীতি ( Principle of Revision)
৫. শিশুকেন্দিক নীতি ( Principle of Child Centeredness)
এই নীতিবোৰৰ উপৰিও আৰু কিছুমান নীতি আছে, য়িবিলাকক আমি Maxims of Teaching বুলি জানো, এই Maxims বোৰো শেণীকোঠা এটা আকৰ্ষণীয় বা প্ৰেৰণাদায়ক কৰাত সহায় কৰে, সেইবোৰ হল----
১. জনাৰ পৰা নজনালৈ ( Proceed from known to Unknown)
২. সৰলৰ পৰা জঠিললৈ (Proceed from Simple to Complex)
৩. সহজৰ পৰা টান ব কঠিনলৈ (Proceed from Easy to Difficult)
৪. ওচৰৰ পৰা দূৰলৈ (Proceed from Near to Far)
৫. মূৰ্তৰ পৰা বিমূৰ্তলৈ (Proceed from Concrete to Abstract)
সামৰণি:-

No comments:
Post a Comment