সোপাধৰাৰ অন্ধবিশ্বাসত

সোপাধৰাৰ অন্ধবিশ্বাসত আকৌ দৰং জিলাৰ খাৰুপেটীয়াৰ ওজাগাওঁ অনচলত হুলস্তলীয়া পৰিবেশৰ সৃষ্টি| আচলতে সোপাধৰাটো নিশ্চয় চুৰ বা  পগলা আছিল, তেওক ধৰিবলৈ গৈ এজন লোক অচেতন হৈ পৰে, সোপাধৰা (চুৰ) টোক ধৰিবলৈ পিছে  পিছে এজন লোক মৰাপাটৰ খেতিত সোমাই য়ায আৰু সাবটি ধৰে , ধৰাৰ লগে লগে তেও কয় যে মই মানুহ নহয়, লগে লগে ধৰিব যোৱা লোকজন অচেতন হৈ পৰে আৰু সোপাধৰা অৰ্থাত চুৰজন বিপদৰ পৰা ৰক্ষা পায়|

No comments:

Post a Comment

THE FUN THEY HAD

1. What is the primary setting of the story? a) A traditional school with human teachers b) A futuristic home with a mechanical teacher c) A...