Assamese Creation Info
ASSIGNMENT ANSWER :- 1
CURSE- 509
2. Describe the position of Social Sciences curriculum in upper primary school curriculum. List the subjects considered under Social Science.
সমাজ বিজ্ঞান পাঠ্যপুথিৰ স্হান উচ্চ প্ৰাথমিক স্তৰত পাঠ্যপুথি হিচাপে আলোচনা কৰা | সমাজ বিজ্ঞানত অন্তভূক্ত পাঠ্যপুথিৰ তালিকা দিয়া |
Ans :- উচ্চ প্ৰাথমিক বিদ্যালয়ত সমাজ বিজ্ঞানৰ পাঠ্যপুথিৰ ভূমিকা বা স্হান অতি গুৰুত্বপূৰ্ণ | সমাজ বিজ্ঞান বিষয়টো বৰ্তমান সৰ্বভাৰতীয় স্তৰত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰণীলৈ বাধ্যতামূলক বিষয় হিচাপে অন্তভূক্তি কৰা হৈছে | সমাজ বিজ্ঞানে বৰ্তমান সকলো দিশকে সামৰি লৈছে, পৰিবেশৰ পৰা আৰম্ভ কৰি ৰাজনীতি, অৰ্থনীতি, বুৰঞ্জী, ভূগোল, নৃতত্ব,আদি সকলো দিশকে সামৰি লোৱাৰ বাবে ইয়াৰ গুৰুত্ব দিনক দিনক বৃদ্ধি পাই আছে, | সমাজ বিজ্ঞান উচ্চ প্ৰাথমিক স্তৰত সংযোগ মূল কাৰণ হল শিক্ষার্থী সকলক বুজাপৰা, মানুহৰ মাজত সম্পৰ্ক আৰু সামাজিক প্ৰাণী হিচাপে সমাজত খাপ-খুৱোৱা বা গড়ি তোলা |
সমাজ বিজ্ঞানক উচ্চ প্ৰাথমিক স্তৰত পাঠ্যপুথি হিচাপে NCERT এ সংযোগ কৰাৰ কেইটামান মূল লক্ষ্য বা কাৰণ হল---------
১. শিক্ষার্থীৰ সামাজিকীকৰণ কৰি তোলা |
২. পৰিৱেশৰ মাজত খাপ-খুৱাই বিকশিত কৰি তোলা |
৩. গণতান্তিক ভাবধাৰা গড়ি তোলা |
৪. জাতীয় আৰু আন্তজাৰ্তিক বুজাপৰাত সহায় কৰা |
৫. সমাজৰ বিভিন্ন কল্যাণমূলক ক্ৰিয়া আচঁনিত ছাত্ৰই অংশগ্ৰহণৰ কাৰ্যসূচী সন্নিবিষ্ঠ বা অন্তভূক্তি কৰা |
সমাজ বিজ্ঞানৰ পৰিসৰ বৰ বহল, সমাজ বিজ্ঞানত স্কুলীয়া স্তৰত বহুত কেইটা বিষয় অন্তভূক্ত কৰা হৈছে | এই বিষয়কেইটা শিক্ষাৰ্থীৰ সকলো দিশত বিকাশ কৰে | বিষয়বোৰ হল ------
১. ভূগোল :- ভূগোল হল সমাজ বিজ্ঞানত অন্তভূক্ত কৰা এটা গুৰুত্বপূৰ্ণ বিষয়, ভূগোলে ভূ-তত্বৰ লগতে নদ- নদী, পাহাৰ-পৰ্বত, পৰিবেশৰ বিষয়েওঁ অধ্যায়ন কৰে | ভূগোল বিষয়টোক দুটা ভাগত ভাগ কৰা হৈছে প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল | প্রাকৃতিক ভূগোলে পৃখিবীৰ বিভিন্ন অংশ আৰু সেইবোৰৰ গঠন , উপাদান আদিৰ বিষয়ে আৰু প্ৰাকৃতিক সমস্যা সমূহৰ বিষয়ে আলোচনা কৰে | আৰু মানব ভূগোলে মানুহ আৰু পৰিবেশৰ মাজৰ আন্তঃসম্পৰ্কৰ বিষয়ে অধ্যায়ন কৰে |
২. অৰ্থনীতি :- অৰ্থনীতি হল সমাজ বিজ্ঞানৰ আন এটা বিষয় বা শাখা | এই বিষয়টোত সম্পদ, অৰ্থ বা মানুহৰ কাম কাজৰ লগত জড়িত বিষয়বোৰৰ বিষয়ে আলোচনা কৰা হয় | অৰ্থনীতিৰ দ্বাৰা শিক্ষার্থী সকলক বজাৰ, উৎপাদন, উপভূক্তা, আদিৰ বিষয়ে জ্ঞান দিয়া হয় |
৩. বুৰঞ্জী বা ইতিসাহ :- বুৰঞ্জী হল সমাজ বিজ্ঞানত অন্তভূক্ত কৰা আন এটা গুৰুত্বপূৰ্ণ বিষয় | বুৰঞ্জীয়ে আগৰ দিনৰ ঘটনা বা সংস্কৃতি আদি আলোচনা কৰে আৰু জ্ঞান দিয়ে| বুৰঞ্জীৰ দ্বাৰা আগৰ ঘটনা সমূহ কালক্ৰমিকভাবে লিখিত ৰূপত পোৱা যায় | বুৰঞ্জী বা ইতিসাহে শিক্ষাৰ্থীৰ মাজত দেশপ্ৰেম জাগ্ৰত কৰি তোলে, উদাহৰণস্বৰূপে ভাৰতৰ স্বাধীনতা আন্দোলন |
৪. ৰাজনীতি বিজ্ঞান :- ৰাজনীতি বিজ্ঞান মানে দেশ পৰিচালনা কৰা নীতি নিয়ম আৰু চৰকাৰৰ বিষয়ে আলোচনা কৰা বিজ্ঞান | ৰাজনীতি বিষয়টো সমাজ বিজ্ঞানত অন্তভূক্ত কৰাৰ ফলত শিক্ষার্থী সকলে দেশৰ সংবিধান অৰ্থাৎ নীতি নিয়ম, চৰকাৰৰ কাৰ্য আদিৰ বিষয়ে জানে যাৰ ফলত সামাজিক জীবনত সহায়ক হয় |
সামৰণি :- ...............................
Created By:- Assamese Creation Info . A Educational YouTube Channel

No comments:
Post a Comment