Course 509

Assamese Creation Info
ASSIGNMENT ANSWER 2
CURSE- 509

1. Justify the rational of teaching Geography at upper primary level in Social Sciences curriculum. Prepare a lesson plan on any topic (Geography) of your choice from the Social Science Text book of class VI – VIII.
উচ্চ প্ৰাথমিক স্তৰত সমাজ বিজ্ঞানত ভূগোল বিষয়টো অন্তভূক্ত কৰাৰ যুক্তি দাঙি ধৰা | ভূগোল বিষয়ৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্ঠম শ্ৰেণীৰ য়িকোনো এখন পাঠ পৰিকল্পনা প্ৰস্থুত কৰা |


ANSWER:- সমাজ বিজ্ঞান বিষয়টো বৰ্তমান উচ্চ প্ৰাথমিক স্তৰক বাধ্যতামূলক বিষয় হিচাপে পৰিগণিত হৈছে |সমাজ বিজ্ঞানৰ ভাগ হিচাপে বৰ্তমান ভূগোল বিষটোৰো তাৎপর্য বৃদ্ধি পাই আছে | কিয়নো সমাজ বিজ্ঞান আৰু ভূগোল দুয়োটা বিষয় এটা আনটোৰ লগত ওতঃপ্রোত ভাবে জড়িত |  সমাজ বিজ্ঞানৰ এটা ভাগ হৈছে ভূগোল | ভূগোল বিষয়টো সমাজ বিজ্ঞানত অন্তভূক্ত কৰাৰ কেইটামান কাৰণ বা যুক্তি হল-----


১. ভূগোলৰ দ্বাৰা শিক্ষার্থীসকলে দেশ ৰাজ্য আদিৰ সীমা, মেপ আদি বুজি পাব |

২. ভূগোল অধ্যায়নৰ দ্বাৰা শিক্ষাৰ্থীসকলে ভূ-গৰ্ভত হোৱা কিছুমান পৰিঘটনা যেনে নদ-নদী, সাগৰ-মহাসাগৰ, ভূমিকম্প আদিৰ বিষয়ে জানিব |

৩. ভূগোল অধ্যায়নৰ জৰিয়তে পৰিবেশৰ বিষয়ে বা পৰিবেশৰ কিছুমান কাৰ্যৰ বিষয়ে  জানিব পাৰিব |

৪. ভূগোল অধ্যায়নৰ বাবে শিক্ষাৰ্থীসকলে মানচিত্ৰ অংকন কৰিব পাৰিব বা মানচিত্ৰ অংকণত সহায়ক হব |









                                       তথ্য







No comments:

Post a Comment

THE FUN THEY HAD

1. What is the primary setting of the story? a) A traditional school with human teachers b) A futuristic home with a mechanical teacher c) A...